Tur Monot Jodi Nopore

Tur Monot Jodi Nopore

Song – Tur Monot Jodi Nopore (তোৰ মনত যদি নপৰে)
Singer – Jyoti Prasad Agarwala

তোৰ মনত যদি নপৰে
তোৰ মনত যদি নপৰে মোৰ মৰমসনা কথা
তোৰ প্ৰাণত যদি উচুপি নুঠে
মোৰ কৰুণ গানৰ ব্যথা
মোৰ মৰম সনা কথা ৷

তেনে মোৰ ফুলনিৰ ৰঙা গোলাপ
কিয় চিঙিলি
তোৰ কেণিত মোৰ শেৱালি কিয় তুলিলি ?
তোৰ সোণবৰণৰ ৰিহাৰ আগত
কিয়, মোৰ নামটো লিখা
তোৰ মোক চাই থকা পদুম চকুত
জ্বলে… কিয় জ্যোতি শিখা ?

Leave a Comment