Fri. May 27th, 2022

Tur Xote Mur Pratham

Song – Tur Xote Mur Pratham (তোৰ সতে মোৰ প্ৰথম)
Singer – Jyoti Prasad Agarwala

তোৰ সতে মোৰ প্ৰথম দেখাৰ দিনা
তোৰ সতে মোৰ প্ৰথম দেখাৰ দিনা
মোৰ যে হাতত নাছিল সোণৰ বীণা ৷

মোৰ ৰূপতেই তোক দেখি
মোৰ ৰূপকেই চালো লেখি লেখি
তয়ে ময়ে মাথো একা ছবি ৷

হাতত বীণা তুলি লৈ
সেইহে হলো
মোৰ গানকেই

তোৰ সুৰতেই
মিলাই গোৱা কৰি
তয়ে ময়ে একেখনি ছবি ৷

Leave a Reply

Your email address will not be published.