DHIRE DHIRE HERAI JAI LYRICS

DHIRE DHIRE HERAI JAI LYRICS

Song : Dhire Dhire Herai Jai – Mon Jai

Singer : Zubeen Garg

আবেলিৰে ৰ’দালি

ধীৰে ধীৰে হেৰাই যায়

আবেলিৰ ৰ’দালি

ধীৰে ধীৰে হেৰাই যায়

আবেলিৰেই ৰ’দালি

ধীৰে ধীৰে ধিমিকী জ্বলে

শেৱালি যেন তৰালী

চাব খুজিও নেদেখোঁ মই

ক’তে বা আছা

অ লগৰ তুমি

ধীৰে ধীৰে হেৰাই যায়

আবেলিৰেই ৰ’দালি

ধিৰে ধিৰে ধিমিকী জ্বলে

শেৱালি যেন তৰালী

( মিঠা মিঠা গীত হৈ ৰোৱা

পাৰ হোৱা

অতীতক মনত কৰোঁ

তোমাৰ সতে একেলগে

চাই ৰোৱা তৰাটিক বিচাৰো ) x২

ডাৱৰৰ ফাঁকে ফাঁকে

ধীৰে ধীৰে হেৰাই যায়

আবেলিৰেই ৰ’দালি

ধীৰে ধীৰে ধিমিকী জ্বলে

শেৱালি যেন তৰালী

( মোৰ উকা মন দাপোনত

আখৰে আখৰে

লিখোঁনে তোমাক আজি

মোৰ প্ৰিয় গুণ গুণ গুননী

উশাহে উশাহে ৰাখোনে

তোমাক আজি ) x২

কবানে কানে কানে

( ধীৰে ধীৰে হেৰাই যায়

আবেলিৰেই ৰ’দালি

ধীৰে ধীৰে ধিমিকী জ্বলে

শেৱালি যেন তৰালী

চাব খুজিও নেদেখোঁ মই

ক’তে বা আছা

অ লগৰ তুমি)২

Leave a Reply

Your email address will not be published.