Monore Koina Lyrics

Monore Koina Lyrics

Music Production: Zubeen Garg

Singer: Zubeen Garg Backing Vocal: Bhanupriya

Lyrics: Zubeen Garg & Rahul Gautam Sharma

Mixed & Mastered By: Diganta Sharma

Cast: Zubeen Garg, Mousumi Alifa

Additional Cast: Trishanu Bhuyan, Pinky Devi

Concept: Zubeen Garg

Directed By: Sachin Baruah

Director Of Photography: Gyan Gautam

Aerial Photography: Jaydeep Paul

Editing & Visual Promotion: Protim Khaound,

D.I.: Rajesh Yadav

Production Design: Rhitu Prayag Garg(MON)

Art: Jyoti Sankar Bhattacharya

Makeup: Bhaskar Jyoti Dutta

Costume: Juri Kalita

Line Producer: Manoj KR Mishra Asst.

Line Producer: Pranjit Koch

Produced By: Zubeen Garg, Garima Saikia Garg

Lyrics:

It’s me and you 

Forever… 

Together…

We’ll meet again and again

My love is eternal

I’ll die for you

I’ll die with you

মনৰে কইনা মোৰ

এৰি গুচি গ’লি মোক

কোনোবা দূৰ পছিমলৈ

তেজৰ আবিৰ ঢালি মোক

ৰঙা এঙাৰ বুকু মোৰ

জ্বলি ছাঁই হ’বলে বাকী

দুদিনৰ পৃথিৱীত

আলহী হ’বৰ বাকী

ৰৈ থমকি পুতি খোপনি

হঠাতে হেৰালে ঠিকনা

নিজা বুলিবলে’ আছে আজি কি এৰাপৰলীয়া ভালপোৱা

পানীৰঙৰে ৰংচঙীয়া কেনভাছতো যে শূন্যতা

উকা কাগজৰ আঁক-বাকতো ঘূৰি-পকি গৈয়ো মোৰ হোৱা

হৈয়ো মোৰে যাৱ আঁতৰি

Do you breathe?

I don’t breathe without you

You sleep?

I don’t…

I don’t sleep without you

My death is in you

অশৰীৰী আৱেগৰে

বাউলী পিয়াসী বাসনা

প্ৰণয়ৰে পকোৱা শিপাৰ

বুকু শুদা কৰা যাতনা

এই সমুখত দেখি থাকোঁতেই পলকতে হ’লি নোহোৱা

মোৰ আদৰৰ মন বাখৰৰ খেদি খেদি যোৱা কামনা

হৈয়ো মোৰে যাৱ আঁতৰি

Leave a Reply

Your email address will not be published.