Tumi Jen Hridoior Moloya Botah

Tumi Jen Hridoior Moloya Botah

তুমি যেন হৃদয়ৰ মলয়া বতাহ

গভীৰ এন্ধাৰৰ এমুঠি পোহৰ

তুমি যেন আকাশৰ শুকুলা ঘোঁৰা

দিঠকৰ এটি মিঠা হাঁহি হোৱা

তুমি যেন হৃদয়ৰ মলয়া বতাহ

গভীৰ এন্ধাৰৰ এমুঠি পোহৰ

তুমি যেন আকাশৰ শুকুলা ঘোঁৰা

দিঠকৰ এটি মিঠা হাঁহি হোৱা

মই শৰ্মিলা মই উৰ্মিলা

মই শৰ্মিলা মই উৰ্মিলা

মই ইচাত বিচাত কৰি মলয়াত 

আকাশৰ বতৰা আনো কঢ়িয়াই

ফুলৰ মেলাতে গীত গাই গাই

তোমাৰ মন যদি মই দেখিলোহেতেন

বুজিম তোমাৰ মনত কিনো আশা

তুমি যেন হৃদয়ৰ মলয়া বতাহ

গভীৰ এন্ধাৰৰ এমুঠি পোহৰ

তুমি যেন আকাশৰ শুকুলা ঘোঁৰা

দিঠকত এটি মিঠা হাঁহি হোৱা

ওঁঠত তোমাৰ মিঠা স্বৰগম

সা সা সা ৰে ৰে ৰে ৰে 

ৰে ৰে ৰে পা ৰে গা সা

মোৰ কল্পনা মোৰ বাসনা 

মোৰ কল্পনা মোৰ বাসনা 

মোৰ ৰিনিকি ৰিনিকি সুৰৰ মাজেৰে 

আকিছা ধৰনিত দিম যে প্ৰান 

ফুলৰ এই মেলাত গীত গাই গাই

চকুত যেন দাপোন

চালে যে লাগে আপোন

চকুত যেন দাপোন

চালে যে লাগে আপোন

তুমি যেন হৃদয়ৰ মলয়া বতাহ

গভীৰ এন্ধাৰৰ এমুঠি পোহৰ

তুমি যেন আকাশৰ শুকুলা ঘোঁৰা

দিঠকৰ এটি মিঠা হাঁহি হোৱা 

Leave a Reply

Your email address will not be published.