কলিয়া মেঘে Koliya Meghe Lyrics

কলিয়া মেঘে Koliya Meghe Lyrics

Audio Credits

  • Song : Koliya Meghe Dhakise o’
  • Singer : Zubeen Garg
  • Album : Abhimani Mon
  • Cast: Utpal Das & Meghranjini Medhi
  • Label : NK Production

Koliya Meghe Lyrics in Assamese

কলিয়া মেঘে ঢাকিছে ঐ
ধুনীয়া জোনৰ মুখনি ঐ
অভিমানী মন গুছাবলৈ
কি জানো কৰো ক’বানে ঐ
(আলেঙে আলেঙে নিবিছাৰো
অনবৰত প্ৰীতিৰে ধৰো) -2x

কলিয়া মেঘে ঢাকিছে ঐ
ধুনীয়া জোনৰ মুখনি ঐ…

হিয়াৰে ভৰালত মৰম শালিধান
ডুলিয়ে ডুলিকৈ লৈয়ে যাবা জান
আকুলতাত দিয়াহি মোক এষাৰি মাতে
ঐ মোলৈ নোচোৱা নে

কলিয়া মেঘে ঢাকিছে ঐ
ধুনীয়া জোনৰ মুখনি ঐ…

কাষত ৰ’লেও আজি দুৰে দুৰে যেন পাও
ভুল ক’ত কি বাৰু বিছাৰি নাপাও
ভালপোৱা বোৰে কয় ম‍ই তোমাৰে
ঐ জনমে জনমে

কলিয়া মেঘে ঢাকিছে ঐ
ধুনীয়া জোনৰ মুখনি ঐ
অভিমানী মন গুছাবলৈ
কি জানো কৰো ক’বানে ঐ
(আলেঙে আলেঙে নিবিছাৰো
অনবৰত প্ৰীতিৰে ধৰো) -2x

(কলিয়া মেঘে ঢাকিছে ঐ
ধুনীয়া জোনৰ মুখনি ঐ) -3x

Leave a Reply

Your email address will not be published.