Victor Das and ADRE 2022

Victor Das and ADRE 2022

Victor Das and ADRE 2022

#ভিক্টৰ_দাস …..

তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ২৬,০০০ পদত হোৱা পৰীক্ষাৰ আগত অথবা পিছত এগৰাকী প্ৰাক্তন বিধায়কৰ নেতৃত্বত পদ সমুহৰ নিযুক্তিৰ বাবে দৰদাম চলি থকা বুলি অভিযোগ কৰিছে এই গৰাকী ভিক্টৰ দাসে । চাকৰিৰ বাবে টকা লোৱাৰ অথবা দিয়াৰ কোনো লিখিত প্ৰমাণ নাথাকে বুলি সকলোৱে জানে । সকলো সত্যৰ প্ৰমাণ নাথাকে । কিন্তু সত্য সদায়েই সত্য আৰু সত্য নিজেই প্ৰমাণ । পিছে ভিক্টৰ দাসৰ পিতৃ কুমুদ চন্দ্ৰ দাসেও ৰেল বিভাগৰ বিজ্ঞাপন কেলেঙ্কাৰীৰ বিৰুদ্ধে কবলৈ গৈ ২০২০ চনৰ আগষ্ট মাহত নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হৈছিল । সেই পিতৃৰ সন্তানে অসত্য অভিযোগ নকৰে , কৰিব নোৱাৰে । সৎ আৰু সাহসী , স্পষ্টবাদী ভিক্টৰ দাস এগৰাকী শিক্ষক । হয়তো বলিৰ পঠা হ’বগৈ ভিক্টৰ দাস । তেখেতৰ জীৱনৰ নিৰাপত্তা কিন্তু অনিশ্চিত । কাৰণ একেটা কাৰণত তেখেতে তেখেতৰ পিতৃক হেৰুৱাই আহিছে ।

অসমৰ সচেতন ৰাইজলৈ অনুৰোধ ……

ভিক্টৰ দাসৰ ওচৰত থিয় হওঁ আহক …..

অন্যথা অন্যায় অনিয়মৰ বিৰুদ্ধে মাত মতাৰ সাহসী পথটো চিৰদিনৰ বাবে বন্ধ হৈ পৰিব …

#STANDING_WITH_Victor_Das !!

hot deals:

Leave a Reply

Your email address will not be published.